You can access the distribution details by navigating to My Print Books(POD) > Distribution

Add a Review

কিছু সংশ্লিষ্ট অনুভৱ

A Collection of Poems on Love, Nature and Emotions
Debojit Deka
Type: Print Book
Genre: Poetry
Language: Assamese
Price: ₹240 + shipping
This book ships within India only.
Price: ₹240 + shipping
Dispatched in 5-7 business days.
Shipping Time Extra

Description

"কিছু সংশ্লিষ্ট অনুভৱ" কেৱল এখন কবিতাৰ কিতাপ নহয়, ই মোৰ হৃদয়ৰ নিভৃত কোণত জিপাল হৈ থকা কিছুমান অনুভৱৰ শব্দৰূপ। এই সংকলনটোত সন্নিবিষ্ট কবিতাসমূহত আপুনি বিচাৰি পাব প্ৰেমৰ আকুলতা, প্ৰকৃতিৰ সতে একাত্মতা আৰু জীৱনৰ কিছু বিষাদগধুৰ মুহূৰ্তৰ ছবি। শৰৎ কালৰ শেৱালি ফুলৰ দৰেই এই কবিতাবোৰেও পাঠকৰ মনত এক সুকীয়া আৱেগৰ সৃষ্টি কৰিব বুলি আশা ৰাখিলোঁ।

About the Author

দেৱজিত ডেকা কোনো প্ৰতিষ্ঠিত কবি নহয়, বৰঞ্চ কবিতাৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাল পোৱা এজন সাধাৰণ ব্যক্তি। দৈনন্দিন জীৱনৰ সৰু-বৰ অনুভৱবোৰক শব্দৰে সজাবলৈ কৰা ই এক ক্ষুদ্ৰ প্ৰয়াস। 'কিছু সংশ্লিষ্ট অনুভৱ' তেখেতৰ প্ৰথম প্ৰকাশিত কিতাপ। আশাকৰোঁ পাঠকে এই ন-লিখৰুৰ প্ৰথম প্ৰচেষ্টাক মৰমেৰে আদৰি ল'ব।

Book Details

Publisher: Debojit Deka
Number of Pages: 128
Dimensions: 5.50"x8.50"
Interior Pages: B&W
Binding: Paperback (Perfect Binding)
Availability: In Stock (Print on Demand)

Ratings & Reviews

কিছু সংশ্লিষ্ট অনুভৱ

কিছু সংশ্লিষ্ট অনুভৱ

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book কিছু সংশ্লিষ্ট অনুভৱ.

Other Books in Poetry

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.