You can access the distribution details by navigating to My Print Books(POD) > Distribution
“দেউতাৰ শেষ ডায়েৰী” হৈছে পিতৃ-পুত্ৰৰ সম্পৰ্ক, ভালপোৱা, ত্যাগ, ভুল বুজাবুজি আৰু জীৱনৰ কিছুমান নোকোৱা কথাৰ এক হৃদয়স্পৰ্শী কাহিনী। হেমন্তৰ জীৱন, তেওঁৰ পৰিয়ালৰ প্ৰতি নিঃস্বাৰ্থ ভালপোৱা আৰু সন্তানৰ বাবে কৰা ত্যাগৰ মাজেৰে কাহিনীটো আগবাঢ়িছে। পিতৃৰ মৃত্যুৰ পিছত এখন ডায়েৰীয়ে অভিজিতৰ সন্মুখত মুকলি কৰে বহুদিন ধৰি নজনাকৈ থকা সত্য। এই কাহিনী কেৱল এজন পিতৃৰ নহয়—ই প্ৰতিজন সন্তানক এবাৰ ভাবিবলৈ বাধ্য কৰে: আমি আমাৰ আপোন মানুহজনক সঁচাকৈয়ে কেতিয়াবা সুধিছোঁনে—“আপুনি ঠিকে আছেননে?”
Currently there are no reviews available for this book.
Be the first one to write a review for the book দেউতাৰ শেষ ডায়েৰী.