You can access the distribution details by navigating to My pre-printed books > Distribution
এই সংকলনটো হৈছে ‘আমাৰ অসম’, ‘নিয়মীয়া বাৰ্তা’, ‘দৈনিক জনমভূমি’আৰু অন্যান্য আলোচনীত প্ৰকাশিত প্ৰায় পঞ্চাশটা নিবন্ধ আৰু ‘নিউজ লাইভ’ৰ হোমেন বৰগোহাঞিৰ সাক্ষাৎকাৰ অনুষ্ঠান ‘মুখামুখি’ আৰু ‘কথা-বাৰ্তা’ৰ দুটা খণ্ডৰ লিখিত ৰূপৰ সমষ্টি। দৰ্শন-প্ৰজ্ঞা, সমাজ-উদ্যম, স্বাস্থ্য-চিকিৎসা, ৰাজনীতি-পৰিৱৰ্তন, অসম-অসমীয়া, সাহিত্য-সমালোচনা আৰু আলাপ-আলোচনা সাতটা ভাগত ৰচনা কেইখন ক্ৰম বিভক্ত কৰা হৈছে। প্ৰেক্ষাপট বুজাৰ সুবিধাৰ্থে ৰচনাৰ সময় উল্লেখ কৰা হৈছে।
ই-বুক ৰূপত উপলব্ধ লিখকৰ কেইখনমান অনুবাদ গ্ৰন্থ -
<strong>সিদ্ধাৰ্থ, এটি ভাৰতীয় কাহিনী</strong> www.bit.ly/siddhartha-assamese
<strong>গালিভার্চ ট্রেভেল্চ</strong> www.bit.ly/gullivers-assamese
<strong>বাৰ বছৰ এজন দাস</strong> www.bit.ly/12years-assamese
Currently there are no reviews available for this book.
Be the first one to write a review for the book উদ্বেগ আৰু অনুদ্বেগ (Assamese Essay Collection).