You can access the distribution details by navigating to My pre-printed books > Distribution

Add a Review

Siddhartha: An Indian Tale (Assamese Translation) (eBook)

Type: e-book
Genre: Literature & Fiction
Language: Assamese
Price: ₹99
(Immediate Access on Full Payment)
Available Formats: PDF, EPUB

Description

১৯২২ চনত প্ৰকাশিত ‘সিদ্ধাৰ্থঃ এটি ভাৰতীয় কাহিনী’ ভগৱান বুদ্ধৰ সমসাময়িক ভাৰতবৰ্ষৰ পটভূমিত ৰচিত এজন ব্ৰাহ্মণ পুত্ৰৰ আত্মানুসন্ধানৰ ৰোমাঞ্চকৰ আৰু সংঘৰ্ষভৰা কাহিনী। ১৯৪৬ চনৰ নোবেল বঁটা বিজয়ী জাৰ্মান সাহিত্যিক হাৰ্মন হেছেৰ এখন ধ্রুপদী ৰূপক।  প্ৰজেক্ট গুটেনবাৰ্গৰ দ্বাৰা ২০০৮ চনত উপলব্ধ হোৱা মূল জাৰ্মাণ ভাষাৰপৰা কৰা আক্ষৰিক ইংৰাজী অনুবাদটো আৰু আন কেইটামান ইংৰাজী ৰূপান্তৰৰ সহায় লৈ অনুবাদ কৰা হৈছে, কিন্তু অসমীয়াত খাপ খুৱাই তুলিবলৈ ঠাই বিশেষে ৰূপান্তৰো কৰা হৈছে। এই অসমীয়া অনুবাদটোৱে মূলৰ সৌন্দৰ্য কিমানখিনি ধৰি ৰাখিবলৈ সক্ষম হৈছে সেয়া পাঠক আৰু সমালোচকৰ বিচাৰ্য।
ই-বুক ৰূপত উপলব্ধ অনুবাদকৰ আনকেইখনমান গ্ৰন্থ -
<strong>উদ্বেগ আৰু অনুদ্বেগ (ৰচনা সংকলন)</strong> www.bit.ly/essays-jbs
<strong>গালিভার্চ ট্রেভেল্চ</strong> www.bit.ly/gullivers-assamese
<strong>বাৰ বছৰ এজন দাস</strong> www.bit.ly/12years-assamese

Book Details

ISBN: 9781908368119
Publisher: ACCB Publishing
Number of Pages: 330
Availability: Available for Download (e-book)

Ratings & Reviews

Siddhartha: An Indian Tale (Assamese Translation)

Siddhartha: An Indian Tale (Assamese Translation)

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book Siddhartha: An Indian Tale (Assamese Translation).

Other Books in Literature & Fiction

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.