You can access the distribution details by navigating to My Print Books(POD) > Distribution
নীৰৱতা এখন কিতাপ নহয়, এইটো এক অনুভৱ। জীৱনৰ বাটত আমি বহুতো মানুহ লগ পাওঁ, বহুতো সম্পৰ্ক গঢ়ি উঠে, আৰু সময়ৰ সোঁতত বহুতো আঁতৰিও যায়। কিন্তু কিছুমান স্মৃতি, কিছুমান মুখ, কিছুমান নীৰৱ মুহূৰ্ত হৃদয়ৰ কোনোবা এচুকত চিৰদিনৰ বাবে ৰৈ যায়। বন্ধুত্ব, বিচ্ছেদ, স্মৃতি আৰু নীৰৱতাৰ মাজত লুকাই থকা এক আন্তৰিক কাহিনী।
Currently there are no reviews available for this book.
Be the first one to write a review for the book নীৰৱতা.