You can access the distribution details by navigating to My pre-printed books > Distribution
"কোচ ৰাজবংশীৰ অলিখিত অধ্যায়” গ্ৰন্থখনত কোচ ৰাজবংশী জনজাতিৰ ঐতিহাসিক পৰিচয়, উৎপত্তি আৰু সামাজিক অৱস্থানক এক সমালোচনামূলক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হৈছে। লেখকে উপনিবেশকালীন গৱেষণাত থকা পক্ষপাত আৰু ভ্ৰান্ত ধাৰণাসমূহ উন্মোচন কৰি স্থানীয় স্মৃতি, মৌখিক ইতিহাস আৰু বিভিন্ন প্ৰামাণিক উৎসৰ আধাৰত কোচ ৰাজবংশীৰ প্রকৃত ইতিহাস পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে। এই গ্ৰন্থখন পাঠকক কেৱল অতীতৰ জ্ঞানেই নিদিয়ে, বৰং নতুন চিন্তা আৰু গৱেষণাৰ পথো উন্মুক্ত কৰে।
Currently there are no reviews available for this book.
Be the first one to write a review for the book কোচ ৰাজবংশীৰ অলিখিত অধ্যায়.